ৰঙিয়াত এবছুৰ প্ৰতিবাদী সমদল
কামৰূপ, ২৯ অক্টোবৰ (হি.স.)। ৰঙিয়াত এবছুৰ প্ৰতিবাদী সমদল । চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী সমদল । বড়ো চুক্তি ৰূপায়ণৰ দাবীত তিনি শতাধিক এবছুৰ কৰ্মীৰ ধৰ্ণা । সংসদৰ শীতকালীন অধিবেশন, ২০২৫ ত ১২৫ সংখ্যক (সংবিধান) সংশোধনী বিধেয়ক, ২০১৯ অনুসৰি সংবিধানৰ অনুচ্
ৰঙিয়াত এবছুৰ প্ৰতিবাদী সমদল


কামৰূপ, ২৯ অক্টোবৰ (হি.স.)। ৰঙিয়াত এবছুৰ প্ৰতিবাদী সমদল । চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী সমদল । বড়ো চুক্তি ৰূপায়ণৰ দাবীত তিনি শতাধিক এবছুৰ কৰ্মীৰ ধৰ্ণা । সংসদৰ শীতকালীন অধিবেশন, ২০২৫ ত ১২৫ সংখ্যক (সংবিধান) সংশোধনী বিধেয়ক, ২০১৯ অনুসৰি সংবিধানৰ অনুচ্ছেদ ২৮০ আৰু ষষ্ঠ তফছিলৰ সংশোধন ।

কাৰ্বি আংলং আৰু ডিমা হাছাওত বাস কৰা বড়ো-কাচাৰীসকলক এছ টি (হিল) মৰ্যাদা প্ৰদান কৰা । বিকেডব্লিউএচি লৈ পূৰ্ণাংগ মৰ্যাদা - গাঁৱৰ জাননী, সীমাবদ্ধতা, নিৰ্বাচন পৰিচালনা । বিটিআৰ আৰু বিটিআৰৰ বাহিৰৰ বড়ো মজলীয়া বিদ্যালয়ৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰদেশীকৰণ । শোণিতপুৰ আৰু বিশ্বনাথ জিলা আৰু বিটিআৰৰ দক্ষিণ অংশৰ পৰা অধিক গাঁও অন্তৰ্ভুক্ত কৰা । এফ আ এ এক্ট ২০০৬ ৰ অধীনত জনজাতিসকলৰ বাবে ভূমিৰ অধিকাৰৰ অধিকাৰ । ১৫০০ চি আৰ এছ মুকলি কৰা । আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ উন্নয়ন পেকেজৰ দাবীত ৰঙিয়া নগৰৰ মূল পথসমুহেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰী সকলে হাতে হাতে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানৰ বেনাৰ ছাইনবোৰ্ড লৈ ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande