Invalid email address
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001
(+91) 7701800342 / 7701802829
marketing@hs.news
29 Oct 2025
শোণিতপুৰ, ২৯ অক্টোবৰ (হি.স.)। চাৰিদুৱাৰত দুৰ্য্যোগ ব্যৱস্থাপনাৰ প্ৰশিক্ষণ। শোণিতপুৰৰ চাৰিদুৱাৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি জিলা দূৰ্যোগ ব্যৱস্থনা বিভাগৰ উদ্যোগত ছাত্ৰ ছাত্ৰীসকলক প্ৰাকৃতিক দূৰ্যোগৰ সময়ত লব লগা সাৱধানতা সম্পৰ্কীয় ..
তিনিচুকীয়া, ২৯ অক্টোবৰ (হি.স.)। তিনিচুকীয়া জিলাৰ মাকুম লাইনা গাঁৱৰ পথাৰত নগাজান অ চি এচৰ পৰা পাইপ ফুটি অহৰহ ক্ৰুদ অইল নিৰ্গত হৈ ১০০ বিঘাৰো অধিক খেতিপথাৰ বিনষ্ট । এনেদৰে খাৰুৱা তেল অহৰহ নিৰ্গত হৈ থকাৰ ফলত পথাৰত ধান কাটিবলৈ আহি প্ৰত্যক্ষ কৰি মূৰে..
কামৰূপ, ২৯ অক্টোবৰ (হি.স.)। বি এছ এফৰ জোৱানৰ মৃত্যুত শোকাকুল পৰিৱেশ কামৰূপৰ বোৰ্কাত । গোৱালিয়ৰৰ বি এছ এফৰ ডাইৰেক্টৰ একাডেমীৰ বাইক ষ্টাণ্টৰ প্ৰশিক্ষণৰত আছিল বোৰ্কাৰ সোণেশ্বৰ কাকতি আৰু তৰুলতা কাকতিৰ একমাত্ৰ পুত্ৰ মনোৰঞ্জন কাকতি। বিগত কিছুদিন ধৰি ..
নগাঁও,২৯ অক্টোবৰ (হি.স.)। বাঘৰ আক্ৰমণত নহয়, পাৰস্পৰিক যুঁজৰ ফলত মৃত্যু হৈছিল কলিয়াবৰৰ শিলঘাটত কামাখ্যা পাহাৰৰ নামনিত মৃতদেহ উদ্ধাৰ হোৱা গঁড়টো।* মৰণোত্তৰ পৰীক্ষাৰ অন্তত পশু চিকিৎসকে নিশ্চিত কৰিছে এই তথ্য। পৰস্পৰ দুটা গঁড়ৰ মাজত যুঁজ হোৱাৰ বাবেই ..
Copyright © 2017-2024. All Rights Reserved Hindusthan Samachar News Agency
Powered by Sangraha