বালিপৰাৰ চাৰিদুৱাৰত গভাইত চোৰ আটক
শোণিতপুৰ, ২৫ অক্টোবৰ (হি.স.)। শোণিতপুৰৰ চাৰিদুৱাৰত দুটা গভাইত চোৰ আটক কৰা হৈছে। চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰে চোৰ দুটাক। অঞ্চলটোৰ বিভিন্ন নামঘৰ আৰু ধর্মীয় অনুষ্ঠানত চোৰ কৰি তাণ্ডৱৰ সৃষ্টি কৰি আহিছিল। নিশা আৰক্ষীয়ে চোৰ দুটাক আটক কৰাৰ লগতে কেইবাবিধ চ
বালিপৰাৰ চাৰিদুৱাৰত গভাইত চোৰ আটক


শোণিতপুৰ, ২৫ অক্টোবৰ (হি.স.)। শোণিতপুৰৰ চাৰিদুৱাৰত দুটা গভাইত চোৰ আটক কৰা হৈছে। চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰে চোৰ দুটাক।

অঞ্চলটোৰ বিভিন্ন নামঘৰ আৰু ধর্মীয় অনুষ্ঠানত চোৰ কৰি তাণ্ডৱৰ সৃষ্টি কৰি আহিছিল। নিশা আৰক্ষীয়ে চোৰ দুটাক আটক কৰাৰ লগতে কেইবাবিধ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande