জুৱা খেল অনুষ্ঠিত কৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ
গুৱাহাটী, ২৪ অক্টোবৰ (হি.স.)। গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীয়ে জুৱা খেলৰ অনুষ্ঠিত কৰা এজন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে শুকুৰবাৰে জনোৱা মতে, বশিষ্ঠ থানা এলেকাত চলোৱা অভিযানৰ সময়ত ঝাণ্ডী মুণ্ডী (এবিধ জুৱা) আয়োজন কৰাৰ অপৰাধত এজন লোকক গ্ৰেপ্তাৰ কৰা হয়।
जुआ खेल आयोजन करने के आरोप में एक गिरफ्तार


গুৱাহাটী, ২৪ অক্টোবৰ (হি.স.)। গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীয়ে জুৱা খেলৰ অনুষ্ঠিত কৰা এজন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে শুকুৰবাৰে জনোৱা মতে, বশিষ্ঠ থানা এলেকাত চলোৱা অভিযানৰ সময়ত ঝাণ্ডী মুণ্ডী (এবিধ জুৱা) আয়োজন কৰাৰ অপৰাধত এজন লোকক গ্ৰেপ্তাৰ কৰা হয়।

ধৃত অভিযুক্তৰ নাম গোবিন্দ বড়ো (২৭, লালমাটি)। আৰক্ষীয়ে তেওঁৰ পৰা এটা ৰবৰৰ বাকচ, এটা মেট, আৰু নগদ ৭২০ টকা জব্দ কৰে। আৰক্ষীয়ে জুৱা আইনৰ অধীনত এফআইআৰ ৰুজু কৰি বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande