ভোগালী বিহুৰ বাবে ব্যস্ত হৈ পৰিছে মৰঙিৰ চেচাঁমুখ গাঁৱৰ কুঁহিয়াৰ খেতিয়কসকল
গোলাঘাট, ০৮ জানুৱাৰী (হি.স.)। নুমলীগড়ৰ পাৰ্শ্ববৰ্তী মৰঙি মৌজাৰ চেচাঁমুখ গাঁৱৰ। ভোগালীক বিহুটিক আদৰিবলৈ ব্যাপক প্ৰস্তুতি দেখা গৈছে। ইয়াৰ সমান্তৰালভাৱে ভোগালী বিহুত জা-জলপান পিঠা পনা ইত্যাদিৰ লগত ব্যৱহাৰ হোৱা গুৰ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে চেঁচা
ভোগালী বিহুৰ বাবে ব্যস্ত হৈ পৰিছে মৰঙিৰ চেচাঁমুখ গাঁৱৰ কুঁহিয়াৰ খেতিয়কসকল


গোলাঘাট, ০৮ জানুৱাৰী (হি.স.)। নুমলীগড়ৰ পাৰ্শ্ববৰ্তী মৰঙি মৌজাৰ চেচাঁমুখ গাঁৱৰ। ভোগালীক বিহুটিক আদৰিবলৈ ব্যাপক প্ৰস্তুতি দেখা গৈছে।

ইয়াৰ সমান্তৰালভাৱে ভোগালী বিহুত জা-জলপান পিঠা পনা ইত্যাদিৰ লগত ব্যৱহাৰ হোৱা গুৰ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে চেঁচামুখৰ কুঁহিয়াৰ খেতিয়কসকল।বজাৰলৈ প্ৰায় ১০ ৰ পৰা ১৫ কুইণ্টেল গুৰ বিক্ৰীৰ বাবে উলিয়াই দিয়াৰ লক্ষ্যৰে দিনে-ৰাতিয়ে কামত ব্যস্ত দেখা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande