মহানগৰীত অস্ত্ৰধাৰী দুজন যুৱক গ্ৰেপ্তাৰ
গুৱাহাটী,২৭ এপ্ৰিল(হি.স.)। গোপন তথ্যৰ ভিত্তিত আৰক্ষী অভিযান চলাই দুজন অস্ত্ৰধাৰী যুৱকক গ্ৰেপ্তাৰ কৰে
মহানগৰীত অস্ত্ৰধাৰী দুজন যুৱক গ্ৰেপ্তাৰ


গুৱাহাটী,২৭ এপ্ৰিল(হি.স.)। গোপন তথ্যৰ ভিত্তিত আৰক্ষী অভিযান চলাই দুজন অস্ত্ৰধাৰী যুৱকক গ্ৰেপ্তাৰ কৰে ।৭.৫৬ পিষ্টলৰ ৩ জাই গুলী জব্দ কৰিব সক্ষম হয় যুৱক দ্বয়ৰ জিম্মাৰ পৰা। যুৱক দ্বয়ক দেৱজিত দেউৰী আৰু অজয় বিশ্বকৰ্মা বুলি আৰক্ষী জানিব দিয়ে। অৱশ্যে পিষ্টলটো বৰ্তমানো উদ্ধাৰ কৰিব সক্ষম হোৱা নায়। চান্দমাৰী আৰক্ষী দুয়োকে পানবজাৰৰ পৰা গ্ৰেপ্তাৰ কৰিব সক্ষম হয়।

জালনোট সৰবৰাহৰ সৈতে জৰিত আছিল উক্ত দুই যুৱক। তেওলোকৰ দুজন সহযোগীক ইয়াৰ পুৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল,তেওলোক দুজনক অজিত গগৈ আৰু ধ্ৰুৱজ্যোতি নাথ বুলি চিনাক্ত কৰা হৈছে।

হিন্দুস্থান সমাচাৰ /ৰমেন/আলোক.


 rajesh pande