নগাঁওৰ ডিমৌত সুৰা ভৰ্তি ট্ৰাক জব্দ
নগাঁও, ০৯ মে' (হি.স.)। নগাঁও ডিমৌ পৰা আজি সুৰা ভৰ্তি ট্ৰাক জব্দ । গুৱাহাটীৰ পৰা আইজললৈ নিয়াৰ পথত নগ
নগাঁওৰ ডিমৌত সুৰা ভৰ্তি ট্ৰাক জব্দ


নগাঁও, ০৯ মে' (হি.স.)। নগাঁও ডিমৌ পৰা আজি সুৰা ভৰ্তি ট্ৰাক জব্দ । গুৱাহাটীৰ পৰা আইজললৈ নিয়াৰ পথত নগাঁও আবকাৰী বিভাগে ডিমৌত আটক কৰে ট্ৰাক খন ।

মেঘালয়ৰ পৰা অতি কৌশলেৰে ট্ৰাকখনৰ ওপৰত মেট্ৰেজ আৰু প্লাইউড দি তলত সুৰাৰ কাৰ্টুন সমূহ সৰবৰাহ কৰিছিল । এ এছ ০১ এল চি ৯৫০৫ নম্বৰৰ ট্ৰাকখনৰ চালক হাছান আলি আৰু হেণ্ডিমেন আছাবুলকো আবকাৰী বিভাগে আটক কৰিবলৈ সক্ষম হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande