গোসাইগাওত এক লাখ টকা জব্দ বিশেষ নিৰিক্ষণ গোটৰ
কোকৰাঝাৰ, ২৭ এপ্ৰিল(হি.স.)। গোসাইগাওত এক লাখ টকা জব্দ বিশেষ নিৰিক্ষণ গোটৰ। গোসাইগাওত আজি নিৰ্বাচনী আ
গোসাইগাওত এক লাখ টকা জব্দ বিশেষ নিৰিক্ষণ গোটৰ


কোকৰাঝাৰ, ২৭ এপ্ৰিল(হি.স.)। গোসাইগাওত এক লাখ টকা জব্দ বিশেষ নিৰিক্ষণ গোটৰ। গোসাইগাওত আজি নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি নগদ এক লাখ টকা কঢ়িয়াই লৈ যায় থকা অৱস্থাত বিশেষ নিৰিক্ষণ গোটৰ অভিযানত শ্যাম সুন্দৰ পাণ্ডে নামৰ এজন লোকক আটক কৰি ধন খিনি জব্দ কৰা হয়।

কোনো নথি পত্ৰ অবিহনে উক্ত ধন খিনি কঢ়িয়াই লৈ গৈছিল ব্যক্তি গৰাকীয়ে। গোসাইগাও মহাবিদ্যালয়ৰ সন্মুখত উক্ত ধন খিনি জব্দ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ /ৰমেন/আলোক.


 rajesh pande