মহানগৰীত ''ন' দ্ৰোণ, ন' ফায়াৰ ক্ৰেকাৰছ আৰু ন' ফ্লাই জ'ন'' ঘোষণা জিলা দণ্ডাধীশৰ
গুৱাহাটী, ২৭ এপ্ৰিল (হি.স.)। কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহৰ অহা ২৯ এপ্ৰিলৰ প্ৰস্তাৱিত ভ্ৰমণসূচী উ
মহানগৰীত ''ন' দ্ৰোণ, ন' ফায়াৰ ক্ৰেকাৰছ আৰু ন' ফ্লাই জ'ন'' ঘোষণা জিলা দণ্ডাধীশৰ


গুৱাহাটী, ২৭ এপ্ৰিল (হি.স.)। কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহৰ অহা ২৯ এপ্ৰিলৰ প্ৰস্তাৱিত ভ্ৰমণসূচী উপলক্ষে কামৰূপ মহানগৰ জিলাৰ কেতবোৰ নিৰ্দিষ্ট পথত ‘‘ন’ দ্ৰোণ , ন’ ফায়াৰ ক্ৰেকাৰছ আৰু ন’ ফ্লাই জ’ন’’ হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা দণ্ডাধীশ সুমিত ছাত্তাৱনে।

এক নিৰ্দেশ যোগে জিলা দণ্ডাধীশ গৰাকীয়ে কয় যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা জালুকবাৰী- মালিগাঁও-চাইকেল ফেক্টৰী তিনি আলি- লাল গনেশলৈ এই সমগ্ৰ পথছোৱাত উক্ত ব্যৱস্থা বাহাল থাকিব।

হিন্দুস্থান সমাচাৰ/আলোক/মনোজ


 rajesh pande