তিতাবৰত পৰিত্যক্ত ঠাইত নৱজাতক উদ্ধাৰ
যোৰহাট, ২৭ এপ্ৰিল (হি.স.)। মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে তিতাবৰত৷ তিতাবৰ টাইৰুণ চাহ বা
তিতাবৰত পৰিত্যক্ত ঠাইত নৱজাতক উদ্ধাৰ


যোৰহাট, ২৭ এপ্ৰিল (হি.স.)। মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে তিতাবৰত৷ তিতাবৰ টাইৰুণ চাহ বাগিছাৰ স্বাস্থ্য কেন্দ্ৰৰ পিচফালৰ ফুটুকানিত উদ্ধাৰ নৱজাতক৷

এগৰাকী মহিলাই স্বাস্থ্য কেন্দ্ৰৰ পিচফালৰ পৰিত্যক্ত ঠাইত কান্দি থকা অৱস্থাত এটি নৱজাতকক দেখা পাই তৎক্ষণাত স্বাস্থ্য কেন্দ্ৰলৈ লৈ আনে ৷ কলংক ধাকিবলৈ কোনো লোকে নৱজাতকটোক এনেকৈ পেলাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় লোকে৷ ঘটনাস্থলীত বান্দৰ চলিয়া আৰক্ষী উপস্থিত হৈ নৱজাতকটিক জে এম চি এইছ লৈ প্ৰেৰণ কৰিছে ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.


 rajesh pande