কচুগাঁৱত ইউ পি পি এলৰ সভাত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মঃ কেইবা শতাধিক পুৰুষ-মহিলাৰ ইউ পি পি এলত যোগদান
কোকৰাঝাৰ, ২৬ এপ্ৰিল (হি.স.): ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাচত তৃ
কচুগাঁৱত ইউ পি পি এলৰ সভাত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মঃ কেইবা শতাধিক পুৰুষ-মহিলাৰ ইউ পি পি এলত যোগদান।

কোকৰাঝাৰ, ২৬ এপ্ৰিল (হি.স.): ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাচত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ মাজতে মাত্ৰ কেইটা দিন বাকী থকাৰ সময়তে এন ডি এৰ মিত্ৰদল তথা বিটিচিৰ শাসক দল ইউ পি পি এল দলে বিভিন্ন দল সংগঠনৰ পৰা সমৰ্থন লোৱাৰ লগতে দলত ন ন সদস্য অন্তৰ্ভুক্ত কৰি দলৰ ভেটি শক্তিশালি কৰাত গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷ আজি গোসাইগাঁও মহকুমাৰ কচুগাৱঁত ইউ পি পি এলৰ এখন যোগদান সভা অনুষ্ঠিত হয় ৷

কচুগাঁওস্থিত ইউ পি পি এলৰ দলীয় কাৰ্যালয়ত আয়োজিত সভাত প্ৰাক্তন এন ডি এফ বিৰ লগতে বিভিন্ন দল সংগঠনৰ পৰা কেইবা শতাধিক পুৰুষ-মহিলাই ইউ পি পি এলত যোগদান কৰে ৷ উক্ত সভাত উপস্থিত প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা সদ্যহতে ইউ পি পি এলত যোগদান কৰা চন্দন ব্ৰহ্মই নিৰ্ৱাচনত এন ডি এৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে তিনি লাখতকৈ অধিক ব্যৱধানত জয়ী হ’ব বুলি দাবী কৰে ৷ তেও কয় যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটদানত এন ডি এৰ প্ৰতিগৰাকী প্ৰাৰ্থী নিশ্চিত ৰূপে বিজয় হ’ব আৰু তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনত এন ডি এৰ প্ৰতি গৰাকী প্ৰাৰ্থী বিজয় হোৱাটো প্ৰায় এক প্ৰকাৰৰ নিশ্চিত হৈছে ৷ ইয়াৰ মূলতে হ’ল এন ডি এৰ মিত্ৰ দলৰ ৰাজনৈতিক দলবোৰে বুজাপৰা কৰি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু মিত্ৰ দলৰ সকলো দলে পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৷ মিত্ৰজোটত কোনো ধৰণৰ মতানৈক্য পৰিলক্ষিত হোৱা নাই ৷ যাৰ বাবেই এন ডি এৰ আন প্ৰাৰ্থী বোৰৰ দৰে এক নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিতো এন ডি এৰ প্ৰাৰ্থীৰ জয় নিশ্চিত হৈছে ৷

আনহাতে তেওঁ আৰু কয় যে পূৰ্বতে বিটিচিত অনুষ্ঠিত প্ৰতিটো নিৰ্বাচনত হিংসাত্মক ঘটনা সংঘটিত হৈছিল ৷ কিন্তু এইবেলি খুব শান্তিপূৰ্ণভাবে নিৰ্বাচন প্ৰক্ৰিয়া অনুষ্ঠিত হৈ আছে ৷ ইয়াৰ মূলতে হ’ল বিটিআৰ প্ৰধান তথা ইউ পি পি এলৰ মুৰব্বী প্ৰমোদ বড়োই বলিষ্ঠ ভাবে নেতৃত্ব প্ৰদান কৰি শান্তি প্ৰতিষ্ঠা কৰিছে ৷ বিটিআৰবাসী ৰাইজে শান্তিক আকোৱালী লৈছে আৰু এই শান্তিৰ ধাৰা অব্যাহত ৰখাৰ বাবে ৰাইজে ইউ পি পি এল দলকে পূৰ্ণ সমৰ্থন কৰিব বুলি তেওঁ দাবী কৰে ৷ আনহাতে নৱ শৰণীয়াৰ সন্দৰ্ভত প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে কয় যে বড়ো-অৱড়োৰ ৰাজনীতি কৰি দুবাৰকৈ সাংসদ হোৱা নৱ শৰণীয়াই বিটিআৰবাসী ৰাইজৰ বাবে একো নকৰিলে ৷ অবড়ো অবড়ো কৰা শৰণীয়াই অবড়ো সকলৰ বাবেও একো নকৰিলে ৷ অকল ৰাজনীতিয়ে কৰি গ’ল বুলি উল্লেখ কৰি তেও কয় যে এতিয়া বিটিআৰত কোনো বড়ো-বড়োৰৰ বিভেদ নাই ৷ ৰাইজে বুজি পাইছে বিভেদ কৰি কোনো উন্নয়ন হ’ব নোৱাৰে গতিকে নঢ় শৰণীয়াৰ বিভেদকামী ৰাজনীতি আৰু নচলে, এইবেলি শৰণীয়াৰ বিদাই নিশ্চিত বুলি তেওঁ দাবী কৰে ৷ সভাত উপস্থিত কাৰ্য্যবাহী সদস্য উকীল মুছাহাৰী, প্ৰাক্তন বিধায়ক হেমেন্দ্ৰ নাথ ব্ৰহ্মই ৰাইজৰ উদ্দেশ্যি ভাষন প্ৰদান কৰে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ

 rajesh pande