নগাঁৱত ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰাৰ বাবে আৰক্ষী থানাত গোচৰ
নগাঁও, ২৬ এপ্ৰিল(হি.স.)। নগাঁৱত আজি ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰাৰ বাবে আৰক্ষী থানাত তৰিলে গোচৰ। জী
নগাঁৱত ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰাৰ বাবে আৰক্ষী থানাত গোচৰ


নগাঁও, ২৬ এপ্ৰিল(হি.স.)। নগাঁৱত আজি ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰাৰ বাবে আৰক্ষী থানাত তৰিলে গোচৰ। জীৱিত লোকক মৃত সজোৱাৰ বাবেই এই ঘটনা।

প্ৰায় ত্ৰিশৰো অধিক লোকৰ ক্ষেত্ৰত সংঘটিত হৈছে এই ঘটনা। নগাওঁ লোকসভাৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ জুৰীয়াত এই ঘটনা। নগাঁৱৰ জুৰীয়াৰ কদমণি পথাৰ, নিজ জুৰীয়া আদি গাঁৱত সংঘটিত হৈছে এই ঘটনা।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande