কাইলৈ হ'বলগীয়া ভোট গ্ৰহণৰ বাবে সাজু হৈছে বিজনী মহকুমা প্ৰশাসন
চিৰাং, ০৬ মে (হি.স.)। কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিজনী নিৰ্বাচনী জিলাত আজি ৯ বজাৰ পৰা ইভিএম
কাইলৈ হ'বলগীয়া ভোট গ্ৰহণৰ বাবে সাজু হৈছে বিজনী মহকুমা প্ৰশাসন


চিৰাং, ০৬ মে (হি.স.)। কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিজনী নিৰ্বাচনী জিলাত আজি ৯ বজাৰ পৰা ইভিএম কে ধৰি ভোট গ্ৰহণৰ সা সামগ্ৰী কৰি আৰম্ভ কৰা হৈছে ৷ বিজনীৰ ১৪৯ স্থানত থকা মুঠ ২২০ টাকৈ ভোট গ্ৰহণ কেন্দ্ৰত ইতিমধ্যে প্ৰিজাইডিং আৰু প’লিং বিষয়াসকল ৰাওনা হৈছে ।

বিজনীত দহ টা মহিলা ভোট গ্ৰহণ কেন্দ্ৰ , পাচ টা যুৱ ভোট গ্ৰহণ কেন্দ্ৰ আৰু তিনি টা মডেল মডেল ভোট গ্ৰহণ কেন্দ্ৰ সাজু কৰি তোলা হৈছে ৷ ইতিমধ্যে ভোট গ্ৰহণ কেন্দ্ৰ সমুহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande