বহিঃ ৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ মৃত্যু বটদ্ৰৱা ৰাইডঙীয়া ৰজাগাওঁৰ যুৱক
নগাঁও, ০৬ মে' (হি.স.)। বহিঃ ৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ মৃত্যু বটদ্ৰৱা ৰাইডঙীয়া ৰজাগাওঁৰ যুৱক প্ৰা
বহিঃ ৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ মৃত্যু বটদ্ৰৱা ৰাইডঙীয়া ৰজাগাওঁৰ যুৱক


নগাঁও, ০৬ মে' (হি.স.)। বহিঃ ৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ মৃত্যু বটদ্ৰৱা ৰাইডঙীয়া ৰজাগাওঁৰ যুৱক প্ৰাঞ্জল বৰা। দুই বন্ধুৰ সৈতে ৩মেত গৈছিল ৰাইডঙীয়া ৰজাগাওঁৰ পৰা ছেকেণ্ডৰাবাদলৈ।

পেটৰ তাড়নাত চপন বৰা আৰু ৰাজীৱ কুমাৰ নাথৰ সৈতে গৈছিল প্ৰাঞ্জল বৰা কাম বিচাৰি বহিঃ ৰাজ্যলৈ।সোমবাৰে পুৱা গোমতোলৰ চৈতণ্ডপুলিত উদ্ধাৰ প্ৰাঞ্জলৰ মৃতদেহ। যুৱক জনৰ শৰীৰত আঘাট থকা মৃতদেহ উদ্ধাৰ হোৱাত ৰহস্যৰ সৃষ্টি হৈছে। যুৱক জনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande