মঙলদৈত মেচিন বিকল হোৱা বাবে ২৫ মিনিট দেৰিকৈ ভোটগ্ৰহণ
দৰং, ২৬ এপ্ৰিল (হি স)। দৰং ওদালগুৰি সমষ্টিৰ বিভিন্ন ভোটকেন্দ্ৰত আজি পুৱাৰে পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া
মঙলদৈত মেচিন বিকল হোৱা বাবে ২৫ মিনিট দেৰিকৈ ভোটগ্ৰহণ


দৰং, ২৬ এপ্ৰিল (হি স)। দৰং ওদালগুৰি সমষ্টিৰ বিভিন্ন ভোটকেন্দ্ৰত আজি পুৱাৰে পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। ইয়াৰ মাজতে মঙলদৈৰ বামুন পাৰা প্ৰাথমিক বিদ্যালয়ৰ মধ্য অংশত ভি ভি পেট মেচিন বিকল হোৱা বাবে ২৫ মিনিট দেৰিকৈ হয় ভোট গ্ৰহণ।

উল্লেখযোগ্য যে কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে এই ভোট কেন্দ্ৰতে ভোট দান কৰে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande