সকলো ধুবুৰী বাসীক ভোট প্ৰদান কৰিবলৈ আহ্বান ধুবুৰী জিলা আয়ুক্তৰ
ধুবুৰী, ০৬ মে (হি.স.)। সকলো ধুবুৰী বাসীক ভোট প্ৰদান কৰিবলৈ আহ্বান ধুবুৰী জিলা আয়ুক্তৰ।আজি ধুবুৰী জি
সকলো ধুবুৰী বাসীক ভোট প্ৰদান কৰিবলৈ আহ্বান ধুবুৰী জিলা আয়ুক্তৰ


ধুবুৰী, ০৬ মে (হি.স.)। সকলো ধুবুৰী বাসীক ভোট প্ৰদান কৰিবলৈ আহ্বান ধুবুৰী জিলা আয়ুক্তৰ।আজি ধুবুৰী জিলা আয়ুক্তই ধুবুৰী ভোলা নাথ মহাবিদ্যালয়ৰ ষ্ট্ৰং ৰুমত এক সংবাদমেলৰ আহ্বান জনায় ৰাইজক এনেদৰে আহ্বান জনায়।

কাইলৈ পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোট গ্ৰহণ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হব ভোট গ্ৰহণ। আন্ত:ৰাষ্ট্ৰীয় সীমা তথা আন্তঃৰাজ্যিক সীমা কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। চৰাঞ্চল লৈ যোৱাৰ বাবে বিশেষ বোৰ্ড গঠন কৰা হৈছে। ব্ৰহ্মপুত্ৰ যোগমায়া আৰু মেলা ঘাটৰ পৰা লঞ্চৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande