ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত ডিমা হাছাও জিলাত ভোটদান প্ৰক্ৰিয়া আৰম্ভ
ডিমা হাছাও, ২৬ এপ্ৰিল (হি স)। ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত ডিমা হাছাও জিলাত আজি পুৱাৰেপৰা ভোটদান প্ৰ
ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত ডিমা হাছাও জিলাত ভোটদান প্ৰক্ৰিয়া আৰম্ভ


ডিমা হাছাও, ২৬ এপ্ৰিল (হি স)। ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত ডিমা হাছাও জিলাত আজি পুৱাৰেপৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয়। ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত ডিমা হাছাও জিলা তথা হাফলং বিধানসভা সমষ্টিত ভোটগ্ৰহন ৰাতিপুৱা ৭ টা বজাৰ পৰা আৰম্ভ হৈছে।

অৱশ্য়ে এইবাৰ যোৱা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত ৰাইজৰ যি উৎসাহেৰে ভোটদান কৰিবলৈ ওলাই আহিছিল লোকসভা নিৰ্বাচনত ৰাইজৰ মাজতে তেনে উৎসাহ পৰিলক্ষিত হোৱা নাই। এতিয়ালৈকে ডিমা হাছাও জিলাৰ কোনো ভোট গ্ৰহণ ইভিএম বিচ্যুতিৰ বাবে ভোটগ্ৰহণ পলমকৈ আৰম্ভ হোৱাৰ খবৰ পোৱা নাই।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande