বিহালীত ভোটদান ৰঞ্জিত দত্তৰ
শোণিতপুৰ,১৯ এপ্ৰিল(হি.স.)। ১১নং শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই বিহালীত ভোট
বিহালীত ভোটদান ৰঞ্জিত দত্তৰ


শোণিতপুৰ,১৯ এপ্ৰিল(হি.স.)। ১১নং শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই বিহালীত ভোটদান সাব্যস্ত কৰি গহপুৰত উপস্থিত হয়।

গহপুৰত উপস্থিত হৈ প্ৰাৰ্থীজনে সকলোকে ভোটদান কৰিবলৈ আহ্বান জনাই। প্ৰাৰ্থীজনে দাবী কৰে যে,মোৰ প্ৰতিদণ্ডি কোনো নাই,বিজয়ী হোৱাটো নিশ্চিত প্ৰত্যেকজন বিধায়কে এক লাখ কৈ ভোট দিলেও ৯ লাখ ভোট পাম।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন


 rajesh pande