১৩১ নং তিতাবৰ বেবেজিয়া চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত ইভিএম মেচিন বিকল
যোৰহাট, ১৯ এপ্ৰিল(হি.স.)।১৩১ নং তিতাবৰৰ বেবেজিয়া চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত বিকল ইভিএম মেচিন।
১৩১ নং তিতাবৰ বেবেজিয়া চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত ইভিএম মেচিন বিকল


যোৰহাট, ১৯ এপ্ৰিল(হি.স.)।১৩১ নং তিতাবৰৰ বেবেজিয়া চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত বিকল ইভিএম মেচিন।

আজি পুৱা ৭ বজাৰ পৰা তিতাবৰ তিনিআলিৰ সমীপৰ বেবেজিয়া চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত জনতাই ভোট দিবলৈ শাৰী পাতিছিল যদিও ইভিএম মেচিন বিকল হৈ পৰে। প্ৰায় ৪০ মিনিটলৈকে বিকল হৈ পৰাত পুৱা ৭ বাজি ৪০ মিনিটতহে ভোটদান সাব্যস্ত কৰিব পাৰে জনতাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande