কলিয়াবৰত দুখন বাহনৰ মাজত সংঘটিত দুৰ্ঘটনাত তিনিজন আহত
নগাঁও,০২ মে' (হি.স.)। কলিয়াবৰৰ মাধতাৰীৰ গ্ৰাম্য পথত ভয়ংকৰ দুৰ্ঘটনা। টাটা এচি বাহন আৰু স্কুটীৰ মাজত স
কলিয়াবৰত দুখন বাহনৰ মাজত সংঘটিত দুৰ্ঘটনাত তিনিজন আহত


নগাঁও,০২ মে' (হি.স.)। কলিয়াবৰৰ মাধতাৰীৰ গ্ৰাম্য পথত ভয়ংকৰ দুৰ্ঘটনা। টাটা এচি বাহন আৰু স্কুটীৰ মাজত সংঘৰ্ষ।

এএছ ০২ বিচি ০৬৩৮ নম্বৰৰ টাটা এচি বাহনত খুন্দা এএছ ১২ইউ ৮১৫০ নম্বৰ স্কুটীৰ। দুৰ্ঘটনাত আহত ৰাণু বৰা নামৰ মহিলা গৰাকীৰ লগতে স্কুটী আৰোহী দুই ছাত্ৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ/ৰমেন/আলোক.


 rajesh pande