আঢ়ৈ নহয়, দুই লাখ ভোটত জয়ী হম - যোৰহাটত শেষ প্ৰচাৰত অংশ লৈ তপন গগৈৰ মন্তব্য
যোৰহাট, ১৬ এপ্রিল ( হি স )। আঢ়ৈ নহয়, দুই লাখ ভোটত জয়ী হম। –এই মন্তব্য যোৰহাট লোকসভা সমষ্টিৰ শাসকীয় ব
আঢ়ৈ নহয়, দুই লাখ ভোটত জয়ী হ'ম - যোৰহাট সমষ্টিত শেষ প্ৰচাৰত অংশ লৈ তপন গগৈৰ মন্তব্য  l


যোৰহাট, ১৬ এপ্রিল ( হি স )। আঢ়ৈ নহয়, দুই লাখ ভোটত জয়ী হম। –এই মন্তব্য যোৰহাট লোকসভা সমষ্টিৰ শাসকীয় বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ। আজি মংগলবাৰে পুৱাই যোৰহাট বিধান সভা সমষ্টিৰ পুৱ প্ৰান্তৰ কাকজান বনপিঠাগুৰিৰ শেষৰখন নিৰ্বাচনী সভাত অংশ লয় এনডিএৰ প্ৰাৰ্থীগৰাকীয়ে।

তেওঁ কয়- দুৰ্ঘটনাত পতিত হৈ এমাহ দিন পেং লৈ প্ৰচাৰ চলালো, বৰ্তমান সুস্থ হৈ উঠিছো। আমি দুই লাখ ভোটত জয়ী হোৱাতো নিশ্চিত। আৰু যোৰহাটৰ ৰাইজে মোক জিকাই পঠিয়াই নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী আসনত দেখাতো ৰাইজে বিচাৰিছে।

হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ


 rajesh pande