আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অন্ত পৰিল হাতী চাফাৰী
কাজিৰঙা, ৩০ এপ্ৰিল (হি স)। সামৰণিৰ দিশে আগবাঢ়িছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্
আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অন্ত পৰিল হাতী চাফাৰী


কাজিৰঙা, ৩০ এপ্ৰিল (হি স)। সামৰণিৰ দিশে আগবাঢ়িছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰ্যটন বৰ্ষ। অহা ১৫ মে’ত অন্ত পৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৩-২৪ পৰ্যটন বৰ্ষ।

ইফালে আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অন্ত পৰিল হাতী চাফাৰী। উল্লেখ্যে যে যোৱা ১ নৱেম্বৰত দেশী-বিদেশী পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হৈছিল। আনহাতে অহা ১৫ মে’ত পৰ্যকটৰ বাবে জীপ চাফাৰীও বন্ধ হ’ব।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande