কোকৰাঝাৰ উপায়ুক্তৰ কাৰ্যালয়ত ভোটাৰ পাৰ্টি ইন্টাৰনেচনেলৰ মনোনয়ন পত্ৰ দাখিল
কোকৰাঝাৰ, ১৬ এপ্ৰিল (হি.স.): ১ নং কোকৰাঝাৰ লোক সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে
কোকৰাঝাৰ উপায়ুক্তৰ কাৰ্যালয়ত ভোটাৰ পাৰ্টি ইন্টাৰনেচনেলৰ মনোনয়ন পত্ৰ দাখিল


কোকৰাঝাৰ, ১৬ এপ্ৰিল (হি.স.): ১ নং কোকৰাঝাৰ লোক সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে ভোটাৰ পাৰ্টি ইন্টাৰনেচনেল (VPI)। কোকৰাঝাৰত ভোটাৰ পাৰ্টি ইন্টাৰনেচনেলৰ প্ৰাৰ্থী হৈছে ললিত পেগু।

নিৰ্বাচনৰ সকলো নীতি নিয়ম অনুসৰি আজি কোকৰাঝাৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত ভোটাৰ পাৰ্টি ইন্টাৰনেচনেলৰ ১নং কোকৰাঝাৰৰ প্ৰাৰ্থী, উচ্চ স্তৰীয় নেতা সকলৰ লগতে হাজাৰৰো অধিক লোকৰ সমাগমেৰে মনোনয়ন পত্ৰ দাখিল কৰে । ললিত পেগুৱে এইবেলি নিৰ্বাচন গুণ্ডা পাৰ্টি আৰু তেওঁলোক মাজত হ’ব বুলি ব্য়ক্ত কৰে। ইয়াত নিশ্চিত ৰূপত ভোটাৰ পাৰ্টি ইন্টাৰনেচনেল হয়ী হোৱাৰো দাবী কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande