(আপডেট) পৰ্বতঝোৰাৰ দেবিতলা জঙ্গিপাৰাত এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত হেলিকপ্টাৰ উৰুৱাই নিৰ্বাচনী চমক বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ
কোকৰাঝাৰ, ২৯ এপ্ৰিল (হি.স.): তৃতীয় পৰ্যায়ৰ লোক সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন জনগ
(আপডেট) 
পৰ্বতঝোৰাৰ দেবিতলা জঙ্গিপাৰাত UPPL, BJP আৰু AGPৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত হেলিকপ্টাৰেৰে নিৰ্বাচনী চমক বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োই।

কোকৰাঝাৰ, ২৯ এপ্ৰিল (হি.স.): তৃতীয় পৰ্যায়ৰ লোক সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন জনগোষ্ঠীৰে সংমিশ্ৰিত কোকৰাঝাৰ লোকসভা সমষ্টিৰ চূকে কোণে ক্ৰমান্বয়ে উতপ্ত হ'বলৈ ধৰিছে নিৰ্বাচনৰ গৰম বতাহ। সেই উদ্দেশ্যে সোমবাৰে পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দেবিতলা জঙ্গিপাৰাত ইউ পি পি এল, বিজেপি, অগপ মিত্ৰজোঁটৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো।

কোকৰাঝাৰৰ পৰ্বতঝোৰাৰ দেবিতলা জঙ্গিপাৰাত ইউ পি পি এল, বিজেপি, অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত হেলিকপ্টাৰেৰে নিৰ্বাচনী চমক দিয়ে বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহ তথা ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আকৌ এবাৰ প্ৰধান মন্ত্ৰী বনোৱাৰ স্বাৰ্থত আগন্তুক ৭ মে'ত অনুষ্ঠিত হ'ব লগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁট ইউ পি পি এল, বিজেপি, অগপৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক বিপুল ভোটত জয়যুক্ত কৰাবলৈ উপস্থিত ৰাইজক আহ্বান জনায় প্ৰমোড বড়োৱে।

আনহাতে উক্ত সভাত বিটিআৰৰ চীফ গৰাকীয়ে বিটিআৰত শান্তি শৃংখলা, উন্নয়ণৰ প্ৰতিশ্রুতিৰে উপস্থিত ৰাইজক জয়ন্ত বসুমতাৰীক ভোট দিবলৈ আহবান জনায়। আজিৰ নিৰ্বাচনী প্ৰচাৰ সভাত ইউ পি পি এল দলৰ পৰ্বতঝোৰা জিলা সভাপতি প্ৰসেন কুমাৰ ব্ৰহ্ম,সম্পাদক ছেলিম আহমেদ খানৰ লগতে কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া,মহামায়া, জালাবিলা, দেবিতলা ভিচিডিছিৰ সভাপতি সম্পাদক, বিভিন্ন প্ৰাইমাৰী কমিটিৰ নেতৃবৃন্দৰ লগতে ১০ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত নিৰ্বাচনী সভাখন সু কলমে অনুষ্ঠিত হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ

 rajesh pande