হোজাইত ব্যৱসায়ীৰ গুডামৰ পৰা জব্দ চুৰি ৰড,এজন আটক
হোজাই, ২৯ মাৰ্চ (হি.স.)। হোজাই আৰক্ষীৰ জালত চুৰি ৰডসহ এজন লোক। হোজাই মইনাপথাৰত অভিযান চলাই আটক কৰে প
হোজাইত ব্যৱসায়ীৰ গুডামৰ পৰা জব্দ চুৰি ৰড,এজন আটক


হোজাই, ২৯ মাৰ্চ (হি.স.)। হোজাই আৰক্ষীৰ জালত চুৰি ৰডসহ এজন লোক। হোজাই মইনাপথাৰত অভিযান চলাই আটক কৰে পৰমেশ্বৰ চৌহান নামৰ এজন হাৰ্ডৱেৰ দোকানীক।

দোকানী জনৰ গুদামৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২০ কুইণ্টলতকৈ অধিক চুৰি ৰড। হোজাইৰ এজন ব্যৱসায়ীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল এই অভিযান। বর্তমান হোজাই আৰক্ষীয়ে চুৰি ৰড সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande