ৰূপহীহাটত ধুমুহাৰ তাণ্ডৱ
নগাঁও, ২৯ এপ্ৰিল (হি.স.): নগাঁৱৰ ৰূপহীহাটত যোৱা কালি সন্ধিয়া ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰে। ৰূপহীহাট আ
ৰূপহীহাটত ধুমুহাৰ তাণ্ডৱ


নগাঁও, ২৯ এপ্ৰিল (হি.স.): নগাঁৱৰ ৰূপহীহাটত যোৱা কালি সন্ধিয়া ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰে। ৰূপহীহাট আৰক্ষী থানাৰ বাহনৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ।

আৰক্ষীৰ বাহনত ওপৰত প্ৰকাণ্ড গছ উভালি পৰাত কিছু পৰিমানে ক্ষতি সাধন হয়। থানা চৌহদত কেইবা জোপাও গছ বাগৰি পৰাত ক্ষতি হয় থানাৰ গৃহৰ লগতে বাহনৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande