নিজ ধিং মাৰ্কেটিং বজাৰত নতুনকৈ পাঞ্জাব নেশ্যনেল বেংকৰ শাখা মুকলি
নগাঁও, ২৯ মাৰ্চ (হি.স.)। নিজ ধিং মাৰ্কেটিং বজাৰত আজি নতুনকৈ পাঞ্জাব নেশ্যনেল বেংকৰ শাখা মুকলি। উল্লে
নিজ ধিং মাৰ্কেটিং বজাৰত নতুনকৈ পাঞ্জাব নেশ্যনেল বেংকৰ শাখা মুকলি


নগাঁও, ২৯ মাৰ্চ (হি.স.)। নিজ ধিং মাৰ্কেটিং বজাৰত আজি নতুনকৈ পাঞ্জাব নেশ্যনেল বেংকৰ শাখা মুকলি। উল্লেখযোগ্য যে নগাঁও জিলাৰ নিজ ধিং মাৰ্কেটিং বজাৰত গ্ৰাহকৰ উদ্দেশ্য মুকলি কৰে পাঞ্জাৱ নেছনেল বেংকৰ শাখা। স্বতাধিকাৰী হবিবুৰ ৰহমানে মাফলোজা নাৰ্গিছ নামাকৰণ কৰি মুকলি কৰিছে এই শাখা। লক্ষনীয় বিষয় যে ১০ বছৰৰ ওপৰৰ লৰা ছোৱালী বা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলেও বনাব পাৰিব উল্লেখিত শাখাত একাউণ্ট।

গ্ৰাহক সকলে এই শাখাৰ জৰিয়তে মিনিটতেই বনাই লৈ যাব পাৰিব একাউণ্ট। ইফালে ধন লেনদেনৰ ক্ষেত্ৰত দিব নালাগে কোনো ধৰণৰ অতিৰিক্ত মাচুল। শাৰি পাতি বনাব নালাগে একাউণ্ট। চিএচপি কতৃপক্ষৰ লগত যোগাযোগ কৰিবলৈ মুকলি কৰিছে তেওঁলোকৰ বিশেষ নম্বৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande