গোলকগঞ্জত আইপিএল জুৱাৰী আটক
ধুবুৰী, ২৯ মাৰ্চ (হি.স.)। গোলকগঞ্জত আইপিএল জুৱাৰী আৰিফ আলিক আটক। যোৱা নিশা গোলকগঞ্জ আৰক্ষীৰ অভিযান
গোলকগঞ্জত আইপিএল জুৱাৰী আটক


ধুবুৰী, ২৯ মাৰ্চ (হি.স.)। গোলকগঞ্জত আইপিএল জুৱাৰী আৰিফ আলিক আটক। যোৱা নিশা গোলকগঞ্জ আৰক্ষীৰ অভিযানত আটক হয় আইপিএল জুৱাৰী আৰিফ আলী।

তিনিটা মোবাইল ফোনৰ লগতে ৬৭ হাজাৰ নগদ ধন জব্দ কৰে আইপিএল জুৱাৰীৰ পৰা। ছাগলীয়াৰ নিজা ঘৰত আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয়। প্ৰায় ৭০ লাখ টকা ঘৰত থকাৰো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। আৰক্ষী তালাচী চলাবলৈ যোৱাৰ খবৰ লাভ কৰি টকা বোৰ লুকাই ৰাখিছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande