কলিয়াবৰৰ কুঁৱৰীটোলৰ ৰাজপথত দুৰ্ঘটনা, এজন আহত
নগাঁও, ২৯ মাৰ্চ (হি.স.)। কলিয়াবৰৰ কুঁৱৰীটোলৰ ৰাজপথত দুৰ্ঘটনা। মহিন্দ্ৰ স্কৰপিঅঁ''ৰ খুন্দাত আহত মটৰচা
কলিয়াবৰৰ কুঁৱৰীটোলৰ ৰাজপথত দুৰ্ঘটনা, এজন আহত


নগাঁও, ২৯ মাৰ্চ (হি.স.)। কলিয়াবৰৰ কুঁৱৰীটোলৰ ৰাজপথত দুৰ্ঘটনা। মহিন্দ্ৰ স্কৰপিঅঁ''ৰ খুন্দাত আহত মটৰচাইকেল আৰোহী আৰক্ষী।

শিলঘাটৰ দিশৰ পৰা মটৰচাইকেলত আহি থকা এজন আৰক্ষীৰ লোকে কুঁৱৰীটোলৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত উঠাৰ সময়তে নগাঁৱৰ দিশৰ পৰা অহা মহিন্দ্ৰ স্কৰপিঅঁ''ই তীব্ৰ জোৰে খুন্দা মাৰে। ফলত গুৰুতৰভাৱে আহত হয় আৰক্ষীজোৱানজন। তেওঁক লগে লগে জখলাবন্ধাৰ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কলিয়াবৰ আৰক্ষীয়ে এ এছ ১২ এছ ৭১২৮ নম্বৰৰ মহিন্দ্ৰ বাহনখন জব্দ কৰে্। দুৰ্ঘটনাগ্ৰস্ত মটৰচাইকেলখনৰ নম্বৰ এ এছ ৩০ ৫৯৭৬ বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.


 rajesh pande