লখিমপুৰত বড়ো সকলৰ ৰংজালি বৈশাগু উৎসৱ উদযাপন
লখিমপুৰ, ২৮ এপ্ৰিল(হি.স.)। লখিমপুৰত বড়ো সকলৰ আজি ৰংজালি বৈশাগু উৎসৱ উদযাপন কৰা হয়। লখিমপুৰ জিলাৰ বগী
লখিমপুৰত বড়ো সকলৰ ৰংজালি বৈশাগু উৎসৱ উদযাপন


লখিমপুৰ, ২৮ এপ্ৰিল(হি.স.)। লখিমপুৰত বড়ো সকলৰ আজি ৰংজালি বৈশাগু উৎসৱ উদযাপন কৰা হয়। লখিমপুৰ জিলাৰ বগীনদী বড়ো সাহিত্য সভা ভৱনত দুই দিনীয়া কাৰ্য্যসূচীৰে উদযাপন কৰা হৈছে ১৩ সংখ্যক ৰংজালি বৈশাগু উৎসৱ।

ৰংজালি বৈশাগু উৎসৱত বড়ো সকলৰ কৃষ্টি নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ২০১২ চনৰ পৰাই ৰংজালি বৈশাগু উৎসৱত(বহাগী উৎসৱ) উদযাপন কৰা হৈছে বুলি জানিব দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande