লক্ষীমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সৌজন্যত লেখিকা ড° অৰুপা পটংগীয়া কলিতাৰ উপন্যাসৰ বিশ্লষণাত্মক বক্তৃতা প্ৰতিযোগিতা
লখিমপুৰ, ০৩ নৱেম্বৰ (হি.স.)। লক্ষীমপুৰ জিলা সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা মৰ্মে লক্ষীমপুৰ জিলাৰ আগশাৰীৰ বিদ্যালয় পানীন্দ্ৰ বিদ্যালয়ত আজি উপন্যাসৰ বিশ্লষণাত্মক বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা সাতট
লক্ষীমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ সৌজন্যত লেখিকা ড° অৰুপা পটংগীয়া কলিতাৰ উপন্যাসৰ বিশ্লষণাত্মক বক্তৃতা প্ৰতিযোগিতা


লখিমপুৰ, ০৩ নৱেম্বৰ (হি.স.)। লক্ষীমপুৰ জিলা সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা মৰ্মে লক্ষীমপুৰ জিলাৰ আগশাৰীৰ বিদ্যালয় পানীন্দ্ৰ বিদ্যালয়ত আজি উপন্যাসৰ বিশ্লষণাত্মক বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা সাতটা শাখাই যোগদান কৰা পৰিলক্ষিত হয়।

প্ৰতিযোগিতা অনুস্থিত কৰাৰ প্ৰধান উদ্দেশ্য হ'ল নৱ প্ৰজন্মক অসমীয়া ভাষা সাহিত্যৰ প্ৰতি আকৃষ্ট কৰাৰ লগতে প্ৰতিযোগী ছাত্ৰ-ছাত্ৰী সকলৰ বাকপতুটা, বক্তৃতা দিয়াৰ দক্ষতা বৃদ্ধিকৰাৰ লক্ষ্যৰে ড° অৰুপা পটংগীয়া কলিতাৰ জছনাৰ ঝিটাছ নামৰ উপন্যাস খনৰ বিশ্লষণাত্মক বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande