তেজপুত দুৰ্ঘটনাত নিহত এজন
শোণিতপুৰ, ২৮ জানুৱাৰীঃ(হি:স:)। তেজপুৰৰ চাৰিমাইলত আজি পুৱা প্ৰায় ন বজাত সংঘটিত এক শোকাবহ দুৰ্ঘটনাত চ
তেজপুত দুৰ্ঘটনাত নিহত এজন


শোণিতপুৰ, ২৮ জানুৱাৰীঃ(হি:স:)। তেজপুৰৰ চাৰিমাইলত আজি পুৱা প্ৰায় ন বজাত সংঘটিত এক শোকাবহ দুৰ্ঘটনাত চিৰাজুল ইছলাম নামৰ এজন লোক নিহত হয় ৷

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এছ ০৩ বিচি ৬৯৯৯ নম্বৰ কয়লা ভৰ্ত্তি ট্ৰাক খনৰ পৰা নমাৰ সময়তে ট্ৰাকখনৰ হেণ্ডিমেন চিৰাজুল পিছলি পৰে আৰু সেইসময়ত পিচুৱাই অনা ট্ৰাকখনৰ চকা চিৰাজুলৰ দেহৰ ওপৰৰে পাৰহৈ যোৱাত তেওঁৰ ঠিতাতে মৃত্যু ঘটে ৷ নিহত লোকজনৰ ঘৰ নগাঁৱৰ চামগুৰিত বুলি জানিব পৰা গৈছে ৷

হিন্দুস্তান সমাচাৰ /সমীৰ/মনোজ


 rajesh pande