টীয়কত আৰক্ষীৰ জালত গভাইত চোৰ
যোৰহাট, ২৭ জানুৱাৰী ( হি স)। যোৰহাট জিলাৰ টীয়কত আৰক্ষীৰ জালত পৰিছে এটা গভাইত চোৰ । যোৱা নিশা গ্ৰেপ্
টীয়কত আৰক্ষীৰ জালত গভাইত চোৰ । 


টীয়কত আৰক্ষীৰ জালত গভাইত চোৰ । 


টীয়কত আৰক্ষীৰ জালত গভাইত চোৰ । 


টীয়কত আৰক্ষীৰ জালত গভাইত চোৰ । 


টীয়কত আৰক্ষীৰ জালত গভাইত চোৰ । 


টীয়কত আৰক্ষীৰ জালত গভাইত চোৰ । 


যোৰহাট, ২৭ জানুৱাৰী ( হি স)। যোৰহাট জিলাৰ টীয়কত আৰক্ষীৰ জালত পৰিছে এটা গভাইত চোৰ । যোৱা নিশা গ্ৰেপ্তাৰ কৰা চোৰটো উত্তৰ দুলীয়া মাধুৰ্য দাস বুলি আৰক্ষীয়ে জনাইছে । বিগত তিনি মাহত দহ খন দোকানত কৰিছিল চুৰি।

কেইদিনমানৰ পূৰ্ৱে টীয়কৰ বাঘ মাৰ্কেটত চুৰি কৰিব অহা দৃশ্য় বন্দী হৈছিল চিচিটিভি কেমেৰাত । আৰক্ষী জেৰাত টীয়কৰ উপৰিও গৌৰীসাগৰ থানাৰ অৰ্ন্তগত জাঁজীত কেইবাখনো দোকান চুৰিকাণ্ড কথা স্বীকাৰ কৰে । ইফালে চুৰি কাণ্ডৰ লগত জড়িত আন দুজন বৰ্তমানে পলাতক হৈ আছে।

হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ


 rajesh pande