হোজাই আৰক্ষীৰ জালত ড্ৰাগছসহ তিনিজনকৈ ড্ৰাগছ আসক্ত যুৱক
হোজাই,২৪ এপ্ৰিল (হি.স.): হোজাই আৰক্ষীৰ জালত আজি পৰে ড্ৰাগছসহ তিনিজনকৈ ড্ৰাগছ আসক্ত যুৱক।হোজাই চিকাৰী
আটক


হোজাই,২৪ এপ্ৰিল (হি.স.): হোজাই আৰক্ষীৰ জালত আজি পৰে ড্ৰাগছসহ তিনিজনকৈ ড্ৰাগছ আসক্ত যুৱক।হোজাই চিকাৰীবাৰী মৰ্কজ একাডেমীৰ সমীপত অভিযান চলাই আৰক্ষীয়ে আটক কৰে তিনিজন যুৱকক।

আটকাধীন যুৱক কেইজন ক্ৰমে অংশু দেবনাথ, দীপক দাস আৰু ৰছিদুল ইছলাম। যুৱক কেইগৰাকীৰ পৰা আৰক্ষীয়ে জব্দ কৰে সাতটাকৈ ড্ৰাগছভৰ্তি কন্টেইনাৰ। জব্দকৃত ড্ৰাগছ সন্দৰ্ভত হোজাই আৰক্ষীৰ তদন্ত অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande