মৰিয়নিত নৃশংস হত্যাকাণ্ডৰ ঘটনা
যোৰহাট, ০৫ মে’ (হি স)। যোৰহাট জিলাৰ মৰিয়নিত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। কঠালগুৰি চাহ বাগিছ
হত্য়া


যোৰহাট, ০৫ মে’ (হি স)। যোৰহাট জিলাৰ মৰিয়নিত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। কঠালগুৰি চাহ বাগিছাৰ অফিচ লাইনত সংঘটিত হৈছে এই ঘটনা।

কনিষ্ঠ ভাতৃৰ দা ঘাপত প্ৰাণ গ’ল জ্য়েষ্ঠ ভাতৃৰ। হত্যাৰ বলি হোৱা লোকজনৰ নাম ৰাতনু মুণ্ডা বুলি জানিব পৰা গৈছে। নিজ বাসগৃহৰ সন্মুখতে জ্য়েষ্ঠ ভাতৃক হত্যা কৰে কনিষ্ঠ ভাতৃ চালু মুণ্ডায়ে। আৰক্ষীয়ে ইতিমধ্য়এ গ্ৰেপ্তাৰ কৰিছে হত্য়াকাৰী চালু মুণ্ডাক।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande