ৰঙিয়াৰ নিকটৱৰ্তী চিৰাখুন্দিত চোৰৰ চাফাই অভিযান
কামৰূপ, ২৬ জানুৱাৰী (হি.স.)। গণতন্ত্ৰ দিৱসৰ দিনাই ৰঙিয়াৰ চিৰাখুন্দিত দিন দুপৰতে চোৰে চলালে চাফাই অভ
চোৰ


কামৰূপ, ২৬ জানুৱাৰী (হি.স.)। গণতন্ত্ৰ দিৱসৰ দিনাই ৰঙিয়াৰ চিৰাখুন্দিত দিন দুপৰতে চোৰে চলালে চাফাই অভিযান । ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে ডেৰ লক্ষাধিক টকাৰ আ–অলংকাৰৰ লগতে ৩২ হাজাৰ টকা ।

লসাইতৰা এলপি স্কুলৰ শিক্ষক দণ্ডিধৰ দাসৰ ঘৰৰ তলা ভাঙি চোৰে চলালে লুটপাত । ইতিমধ্যে কাউৰবাহা উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰ্জুন চন্দ্ৰ দাসে স্নিফাৰ ডগৰ সহায়ত তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ/ কিশোৰ/ বিস্মিতা/মনোজ


 rajesh pande