ডকমকাত আকস্মিক পথ দুৰ্ঘটনা
কাৰ্বি আংলং, ২৪ চেপ্টেম্বৰ (হি.স.): কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ।৩৬ নং ৰা
ডকমকাত আকস্মিক পথ দুৰ্ঘটনা


কাৰ্বি আংলং, ২৪ চেপ্টেম্বৰ (হি.স.): কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ।৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা থং'নকবে কলেজৰ সন্মুখত সংঘটিত হয় উক্ত দুৰ্ঘটনাটো ।

ডবকাৰ পৰা লাংহিনৰ অভিমুখে আহি থকা এএছ ০২ বিচি ৪০৬৬ নম্বৰৰ এখন মালবাহী বলে'ৰ পিকআপ ট্ৰাক খনৰ পিছৰ চকা এটা ফুটি যোৱাৰ বাবে উক্ত ঘটনাটো সংঘটিত হয় বুলি চালক জনে মন্তব্য প্ৰকাশ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande