বিলাসীপাৰাৰ দামুমাৰাত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ
ধুবুৰী, ২০ জুলাই (হি.স.)। বিলাসীপাৰাৰ দামুমাৰাত কালি বিয়লি এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। নয়াহাট আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ লৈ যায় মৃতদেহটো। মৃতদেহটোৰ মৰোণত্তৰ পৰীক্ষাৰ ব্য়ৱস্থা কৰিছে আৰক্ষী। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই মহিলা গৰাক
বিলাসীপাৰাৰ দামুমাৰাত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ


ধুবুৰী, ২০ জুলাই (হি.স.)। বিলাসীপাৰাৰ দামুমাৰাত কালি বিয়লি এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। নয়াহাট আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ লৈ যায় মৃতদেহটো। মৃতদেহটোৰ মৰোণত্তৰ পৰীক্ষাৰ ব্য়ৱস্থা কৰিছে আৰক্ষী। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই মহিলা গৰাকীৰ মৃত্যুৰ কাৰণ। মৃত মহিলাগৰাকী মানসিক বিকাৰগ্ৰস্ত হব পাৰে বুলি সন্দেহ ৰাইজৰ।

দামুমাৰা গাওঁৰ চিলাৰায় মূৰ্তিৰ সমীপত মৃতদেহটো উদ্ধাৰক লৈ চাঞ্চল্য।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande