ৰঙাপৰাত চুৰিৰ সন্দেহত বহিঃৰাজ্যৰ দুজনক আটক
কামৰূপ, ১৯ জুলাই (হি.স.)। শোণিতপুৰ জিলাৰ ৰঙাপৰাত চুৰিৰ সন্দেহত বহি:ৰাজ্যৰ দুজন ব্যক্তিক আটক কৰা হৈছে । আটকাধীন ব্যক্তি দুজন বিহাৰৰ প্ৰভাত চাহ আৰু নিৰজ কুমাৰ বুলি পৰিচয় পোৱা গৈছে । অভিযোগ অনুসৰি বহুদিনৰে পৰা অঞ্চলটোত চুৰিকাৰ্য্য সংঘটিত হৈ আহিছিল
ৰঙাপৰাত চুৰিৰ সন্দেহত বহিঃৰাজ্যৰ দুজনক আটক


কামৰূপ, ১৯ জুলাই (হি.স.)। শোণিতপুৰ জিলাৰ ৰঙাপৰাত চুৰিৰ সন্দেহত বহি:ৰাজ্যৰ দুজন ব্যক্তিক আটক কৰা হৈছে । আটকাধীন ব্যক্তি দুজন বিহাৰৰ প্ৰভাত চাহ আৰু নিৰজ কুমাৰ বুলি পৰিচয় পোৱা গৈছে ।

অভিযোগ অনুসৰি বহুদিনৰে পৰা অঞ্চলটোত চুৰিকাৰ্য্য সংঘটিত হৈ আহিছিল । ৰঙাপৰা আৰক্ষীয়ে অভিযান চলাই আটক কৰে বিহাৰৰ এই দুজন ব্যক্তিক । আটকাধীন ব্যক্তি দুজন বিহাৰৰ বাকা জিলাৰ বুলি জানিব পৰা গৈছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande