
নলবাৰী, ১৯ জুলাই (হি.স.)। অসমীয়া ছবি জুইফুলে লাভ কৰিবলৈ সক্ষম হল ৰজত কমল বঁটা। যদুমণি দত্তৰ জুইফুলে ৰজত কমল বঁটা লাভ কৰাৰ পিছতে ভাল খৱৰ আহিল নলবাৰীলৈ।নলবাৰীও হৈ পৰিল গৌৰৱৰ অংশ।
জুইফুলৰ লগত জড়িত হৈ আছিল নলবাৰীৰ বিশিষ্ট কবি চিত্ৰশিল্পী অনুপ দত্ত। জুইফুলে ৰজত কমল বঁটা লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বীকৃতি পালে ছবিখনত কাম কৰা চিত্ৰশিল্পী কবি অনুপ দত্তৰ সৃষ্টিশীল কামে।উল্লেখ্য যে জুইকুৰাৰ চলচিত্ৰ খনত কেলিগ্ৰাফীৰ কাম কৰিছিল অনুপ দত্তই। ইতিপূৰ্বে নিজৰ কামৰ জৰিয়তে বিশ্ব ৰেকৰ্ড কৰা চিত্ৰশিল্পী অনুপ দত্তৰ এনে সফলতাত
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা