অসম বংগ সীমান্তৰ ছাগলীয়াত ১৪ টাকৈ উট জব্দ
ধুবুৰী, ১৯ জুলাই (হি.স.)। অসম বংগ সীমান্তৰ ছাগলীয়াত ১৪ টাকৈ উট জব্দ । বহি:ৰাজ্য ৰাজস্থানৰ পৰা উট সমূহ ট্ৰাকত বোজাই কৰি অসম অভিমুখে ৰাওনা হৈছিল । পশ্চিমবংগৰ পৰা অসমত প্ৰৱেশৰ সময়ত ছাগলীয়াত আৰক্ষীয়ে আটক কৰে কৰে বাহনখন । আৰক্ষীৰ তালাচীত ১৪ টাকৈ
অসম বংগ সীমান্তৰ ছাগলীয়াত ১৪ টাকৈ উট জব্দ


ধুবুৰী, ১৯ জুলাই (হি.স.)। অসম বংগ সীমান্তৰ ছাগলীয়াত ১৪ টাকৈ উট জব্দ । বহি:ৰাজ্য ৰাজস্থানৰ পৰা উট সমূহ ট্ৰাকত বোজাই কৰি অসম অভিমুখে ৰাওনা হৈছিল । পশ্চিমবংগৰ পৰা অসমত প্ৰৱেশৰ সময়ত ছাগলীয়াত আৰক্ষীয়ে আটক কৰে কৰে বাহনখন । আৰক্ষীৰ তালাচীত ১৪ টাকৈ উট ওলায় বাহনৰ পৰা । আটক উট কঢ়িওৱা বাহনৰ চালক আৰু হেণ্ডিমেন ।

ধৃত চালক ইত্তাৰ সিং আৰু হেণ্ডিমেন ছলমান বুলি জানিব পৰা গৈছে । উট কঢ়িওৱা বাহনৰ নম্বৰ জব্দকৃত পিবি ০৪এডি-৯৯১০ । আৰক্ষীয়ে চালক আৰু হেণ্ডিমেনক সোধা পোছা অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande