নগাঁওত আৰক্ষীৰ অভিযানত নিচাযুক্ত টেবলেট সহ এজন লোকক আটক
নগাঁৱ, ১৮ জুলাই (হি.স.)। নগাঁৱৰ কঠিয়াতলীত নগাঁও আৰক্ষীৰ অভিযান ৷ অভিযানত বৃহৎ পৰিমানৰ নিচাযুক্ত টেবলেট সহ এজন লোকক আটক ৷ ধৃত লোকজনক আনোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে ৷ তেও দিৰ্ঘদিনৰ পৰা অঞ্চলটোত নিচাযুক্ত টেবলেটৰ বেহা চলাই আহিছিল।চোৰাংচোৱাৰ পৰা
নগাঁওত আৰক্ষীৰ অভিযানত নিচাযুক্ত টেবলেট সহ এজন লোকক আটক


নগাঁৱ, ১৮ জুলাই (হি.স.)।

নগাঁৱৰ কঠিয়াতলীত নগাঁও আৰক্ষীৰ অভিযান ৷ অভিযানত বৃহৎ পৰিমানৰ নিচাযুক্ত টেবলেট সহ এজন লোকক আটক ৷ ধৃত লোকজনক আনোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে ৷ তেও দিৰ্ঘদিনৰ পৰা অঞ্চলটোত নিচাযুক্ত টেবলেটৰ বেহা চলাই আহিছিল।চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন সুত্ৰৰ তথ্য়ৰ ভিত্তিত আৰক্ষীৰ অভিযানত তেওক কৰায়ত্ব কৰা হয়। ধৃত আনোৱাৰ হুছেইনে কঠিয়াতলীৰ এটা ভাড়া ঘৰৰ পৰাই নগাঁৱৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰিছিল নিচাযুক্ত টেবলেট সমূহ ৷

বৰ্তমান ধৃত আনোৱাৰক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande