গহপুৰত কণীৰ মূল্য বৃদ্ধি পোৱাক কেন্দ্ৰ কৰি গ্ৰাহক আৰু ব্য়ৱসায়ীৰ মাজত সংঘাট
বিশ্বনাথ, ১৮ জুলাই (হি.স.)। ৰাজ্যত পুনৰ বৃদ্ধি পালে অত্যাৱশকীয় সামগ্ৰীৰ মূল্য তাৰ সমান্তৰাল ভাৱে গহপুৰ দৈনিক বজাৰত কণীৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে বিপাঙত পৰিছে দোকানী সকল ৷ গহপুৰত কণীৰ মূল্য বৃদ্ধি পোৱাক কেন্দ্ৰ কৰি গ্ৰাহক আৰু ব্য়ৱসায়ীৰ মাজত সংঘাট
গহপুৰত কণীৰ মূল্য বৃদ্ধি পোৱাক কেন্দ্ৰ কৰি গ্ৰাহক আৰু ব্য়ৱসায়ীৰ মাজত সংঘাট


বিশ্বনাথ, ১৮ জুলাই (হি.স.)। ৰাজ্যত পুনৰ বৃদ্ধি পালে অত্যাৱশকীয় সামগ্ৰীৰ মূল্য তাৰ সমান্তৰাল ভাৱে গহপুৰ দৈনিক বজাৰত কণীৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে বিপাঙত পৰিছে দোকানী সকল ৷ গহপুৰত কণীৰ মূল্য বৃদ্ধি পোৱাক কেন্দ্ৰ কৰি গ্ৰাহক আৰু ব্য়ৱসায়ীৰ মাজত সংঘাট বৃদ্ধি। প্ৰতি প্লেট কণীৰ মূল্য ২০ টকাকৈ বাঢ়ি যোৱাৰ লগে লগে গ্ৰাহক সকলে দোকানী সকলক কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি মুল্য় বৃদ্ধি কৰাৰ অভিযোগ কৰা দেখা গৈছে ৷

প্ৰতিটো কণীৰ বৰ্তমান মূল্য হৈছেগৈ ৮ টকাতকৈ বেছি আৰু প্ৰতিটো কণীৰ ৰিটেইল মূল্য হ’লগৈ ৯ টকা ৷ এনেদৰে যদি অত্যাৱশকীয়া সামগ্ৰীৰ মূল্য বৃদ্ধি পায় তেন্তে জনসাধাৰন বিপদত পৰাটো একপ্ৰকাৰৰ খাটাং ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande