শিৱসাগৰত চোৰাং গৰুসহ বাহন জব্দ
শিৱসাগৰ, ১৭ জুলাই (হি.স.)। শিৱসাগৰত চোৰাং গৰুসহ বাহন জব্দ। এ এছ ০২ ডি চি ৮৪৫৪ নম্বৰৰ এখন বলেৰ পিক আপ বাহনত শিৱসাগৰ বামবাৰী ৰ পৰা নগাৱলৈ সৰবৰাহ কৰা হৈছিল ১২ টাকৈ চোৰাং গৰু। শিৱসাগৰৰ বামবাৰীৰ পৰা নগাৱৰ ছৰিফুল ইছলাম নামৰ এজন ব্যক্তিয়ে সৰবৰাহ কৰিছি
শিৱসাগৰত চোৰাং গৰুসহ বাহন জব্দ


শিৱসাগৰ, ১৭ জুলাই (হি.স.)। শিৱসাগৰত চোৰাং গৰুসহ বাহন জব্দ।

এ এছ ০২ ডি চি ৮৪৫৪ নম্বৰৰ এখন বলেৰ পিক আপ বাহনত শিৱসাগৰ বামবাৰী ৰ পৰা নগাৱলৈ সৰবৰাহ কৰা হৈছিল ১২ টাকৈ চোৰাং গৰু।

শিৱসাগৰৰ বামবাৰীৰ পৰা নগাৱৰ ছৰিফুল ইছলাম নামৰ এজন ব্যক্তিয়ে সৰবৰাহ কৰিছিল জব্দকৃত গৰুখিনি।

শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাই চোৰাং গৰু আৰু বাহনখন জব্দ কৰাৰ লগতে চালক আৰু হেণ্ডিমেনক আটক কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande