
কাৰ্বিআংলং, ১৭ জুলাই (হি.স.)। ডিফুলৈ সন্মান কঢ়িয়াই আনিলে অয়ন বাংঠাই ৰংহাঙে। এন ই ই টি ২০২৬ পৰীক্ষাত পাহাৰীয়া জিলাখনলৈ সন্মান কঢ়িয়াই আনিলে অয়ন বাংঠাই ৰংহাঙে।
ডিফুৰ অয়ন বাংঠাই ৰংহাংৰ সফলতা লৈ পিতৃ -মাতৃ তথা আত্মীয় পৰিয়ালৰ লগতে পাহাৰীয়া জিলালৈ গৌৰাম্বিত৷
ডিফুৰ আমোলাপট্টি নিৱাসী পিতৃ কমল ৰংহাং আৰু মাতৃ মৰমীৰ সন্তান অয়ন বাংঠাই ৰংহাংঙে এইবছৰ এন ই ই টি ৰ পৰীক্ষা সফলতাৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে। অয়ণ বাংঠাই ৰংহাং ঙৰ সফলতা জিলাখনৰ নৱপ্ৰজন্মই মাজত আদৰ্শ স্বৰূপ হৈ পৰিছে৷ সমাজৰ সচতন মহলে ৰংহাঙৰ উজ্জ্বল ভৱিষ্যত৷কমনা কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা