গৌৰীপুৰ আঠানিত ৰহস্যজনক অৱস্থাত ট্ৰাক জব্দ
ধুবুৰী, ১৭ জুলাই (হি.স.)। গৌৰীপুৰ আঠানিত ৰহস্যজনক অৱস্থাত ট্ৰাক জব্দ। ট্ৰাকখন ৰঙামাটি ১ম খণ্ডৰ জনতা ইটা ভাটাৰ পৰা জব্দ কৰে গৌৰীপুৰ আৰক্ষীয়ে। নম্বৰ প্লেট ধাকি ৰাখি পৰিত্য়ক্ত অৱস্থাত ট্ৰাকখন ৰাখি পলায়ন কৰে চালক আৰু হেণ্ডিমেনৰ। ট্ৰাক খনৰে চোৰাং গৰু
গৌৰীপুৰ আঠানিত ৰহস্যজনক অৱস্থাত ট্ৰাক জব্দ


ধুবুৰী, ১৭ জুলাই (হি.স.)। গৌৰীপুৰ আঠানিত ৰহস্যজনক অৱস্থাত ট্ৰাক জব্দ।

ট্ৰাকখন ৰঙামাটি ১ম খণ্ডৰ জনতা ইটা ভাটাৰ পৰা জব্দ কৰে গৌৰীপুৰ আৰক্ষীয়ে।

নম্বৰ প্লেট ধাকি ৰাখি পৰিত্য়ক্ত অৱস্থাত ট্ৰাকখন ৰাখি পলায়ন কৰে চালক আৰু হেণ্ডিমেনৰ। ট্ৰাক খনৰে চোৰাং গৰু সৰবৰাহৰ সন্দেহ স্থানীয় ৰাইজৰ ।

ট্ৰাক খনৰ ভিতৰ ভাগত পঁচা আম, আৰু গোবৰ লাগি থকাত এই সন্দেহ ৰাইজৰ। গৌৰীপুৰ আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande