তিনিচুকীয়া জিলাৰ ফিল’বাৰীত একেনিশাই তিনি ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ড
তিনিচুকীয়া, ১৭ জুলাই (হি.স.)। তিনিচুকীয়া জিলাৰ ফিল’বাৰীত একেনিশাই তিনি ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ড। ফিল''বাৰীৰ ঘূৰণী শিৱ মন্দিৰ, ৰূপজান নামঘৰ আৰু গাভৰুভেটিৰ ১১ নং বামুণগাঁৱৰ কালি মন্দিৰত সংঘটিত চুৰিকাণ্ড। ৰূপজান নামঘৰত চন্দুকৰ তলা ভাঙি প্ৰায় ৫০ হা
তিনিচুকীয়া জিলাৰ ফিল’বাৰীত একেনিশাই তিনি ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ড


তিনিচুকীয়া, ১৭ জুলাই (হি.স.)। তিনিচুকীয়া জিলাৰ ফিল’বাৰীত একেনিশাই তিনি ধৰ্মীয় অনুষ্ঠানত চুৰিকাণ্ড। ফিল'বাৰীৰ ঘূৰণী শিৱ মন্দিৰ, ৰূপজান নামঘৰ আৰু গাভৰুভেটিৰ ১১ নং বামুণগাঁৱৰ কালি মন্দিৰত সংঘটিত চুৰিকাণ্ড। ৰূপজান নামঘৰত চন্দুকৰ তলা ভাঙি প্ৰায় ৫০ হাজাৰ টকা লৈ উধাও চোৰ।

গাভৰুভেটিৰ ১১ নং বামুণগাঁৱত থকা শ্ৰী শ্ৰী কালি মন্দিৰৰ দানপাত্ৰ ভাঙি চোৰে ধন লৈ উধাও হয়। ইফালে, ফিল'বাৰীৰ ঘূৰণীত থকা শ্ৰী শ্ৰী শিৱ মন্দিৰৰ দানপাত্ৰও একেনিশাই চোৰ হয় ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande