ৰঙিয়াৰ ইক পাৰ্কত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ স্কুটি বাহন
কামৰূপ, ১৭ জুলাই (হি.স.)। ৰঙিয়াৰ ই''ক পাৰ্কত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ইক পাৰ্কত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছে এখন স্কুটি বাহন৷ পুৱাই খোজকাঢ়িব যোৱা ব্যক্তিয়ে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল উপস্থিত হয় পাৰ্কখনত। ।স্কুটি বাহন খনৰ আস
ৰঙিয়াৰ ইক পাৰ্কত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ স্কুটি বাহন


কামৰূপ, ১৭ জুলাই (হি.স.)। ৰঙিয়াৰ ই'ক পাৰ্কত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ইক পাৰ্কত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছে এখন স্কুটি বাহন৷ পুৱাই খোজকাঢ়িব যোৱা ব্যক্তিয়ে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল উপস্থিত হয় পাৰ্কখনত। ।স্কুটি বাহন খনৰ আসনতো ক্ষয়ক্ষতি কৰাৰ উপৰিও বেটাৰী লৈ যায় অজ্ঞাত লোকে।

স্কুটি বাহন খনৰ নম্বৰ হল এএছ ২৫জে ৪৫৫৫। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande