
হোজাই, ১৭ জুলাই (হি.স.)। বনমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই তৎপৰ হোজাই বন বিভাগ। বন বিভাগৰ অভিযানত খান এণ্ড কোম্পানীৰ পৰা জব্দ বৃহৎ পৰিমাণৰ খৰি। দিৰ্ঘ দিনৰ পৰা গোপনে বনাঞ্চলৰ পৰা গছ কাটি মজুদ কৰি ৰাখিছিল খৰি খিনি। আজি বন বিভাগে গোপন সূত্ৰৰ পম খেদি চলাইছিল অভিযান।
ইতিমধ্যে বন বিভাগে জব্দকৃত খৰি খিনি হোজাই বন বিভাগৰ কাৰ্য্যালয়ত ৰাখি আৰম্ভ কৰিছে তদন্ত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ