বিলাসীপাৰাৰ চৰুৱাবাখৰা উচ্ছেদিত আদানি বিদ্যুৎ প্ৰকল্পত জেচিবি চালকৰ মৃতদেহ উদ্ধাৰ
ধুবুৰী, ১৭ জুলাই (হি.স.)। বিলাসীপাৰাৰ চৰুৱাবাখৰা উচ্ছেদিত আদানি বিদ্যুৎ প্ৰকল্পত সংঘটিত হৈছে এক সন্দেহজনক হত্য়াকাণ্ডৰ ঘটনা। প্ৰকল্পত জেচিবি চালকৰ মৃতদেহ উদ্ধাৰ। কালি নিশা কাম কৰি থকা জেচিবি চালকক ভূতে হত্যা কৰাৰ অভিযোগ। দীৰ্ঘদিনীয়া ভূতৰ সন্ত্ৰাস
বিলাসীপাৰাৰ চৰুৱাবাখৰা উচ্ছেদিত আদানি বিদ্যুৎ প্ৰকল্পত জেচিবি চালকৰ মৃতদেহ উদ্ধাৰ


ধুবুৰী, ১৭ জুলাই (হি.স.)। বিলাসীপাৰাৰ চৰুৱাবাখৰা উচ্ছেদিত আদানি বিদ্যুৎ প্ৰকল্পত সংঘটিত হৈছে এক সন্দেহজনক হত্য়াকাণ্ডৰ ঘটনা। প্ৰকল্পত জেচিবি চালকৰ মৃতদেহ উদ্ধাৰ। কালি নিশা কাম কৰি থকা জেচিবি চালকক ভূতে হত্যা কৰাৰ অভিযোগ। দীৰ্ঘদিনীয়া ভূতৰ সন্ত্ৰাস থকা অভিযুক্ত স্থানত কাম কৰি থকা সময়ত সংঘটিত হৈছে উক্ত চাঞ্চল্যকৰ ঘটনা।

মৃত জেচিবি চালকজনক বৰপেটাৰ বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত সমগ্ৰ বিলাসীপাৰাত তীব্ৰ চাঞ্চল্যৰ ঘটনা সৃষ্টি হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande